অসম

সৰভোগত ট্ৰাক দুৰ্ঘটনা,আহত দুই 

কলগাছিয়াৰ পৰা আব্দুল হাই, প্ৰথম খবৰ : সৰভোগত ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত নিয়ন্ত্ৰণ  হেৰুৱাই দ খালত বাগৰি পৰে এখন মাল ভৰ্তি ট্ৰাক। এই দুৰ্ঘটনাত ট্ৰাক খনৰ ড্ৰাইভাৰ, হেণ্ডিমেন গুৰুতৰ ভাৱে আহত হয়। আহত দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। অৱশ্যে এই দুৰ্ঘটনাৰ পৰা আন কেবাজন পথ যাত্ৰীৰ কথমপি জীৱন ৰক্ষা পৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close