অসম

ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

নিউজ ডেস্ক, প্ৰথম খবৰ: ভূমিকম্পৰ এক মৃদু জোকাৰণি অনুভূত হ’ল কিছু সময়ৰ পূৰ্বে ৷ গুৱাহাটী আৰু আশে পাশে অনুভূত হোৱা এই ভূমিকম্পত অৱশ্যে কোনো ক্ষয় ক্ষতি হোৱা নাই৷ প্ৰায় পাঁচ ছেকেণ্ডৰ বাবে অনুভূত ভূমিকম্পটোৰ উৎপত্তিস্থল উত্তৰ পূৱতেই বুলি ধাৰণা কৰা হৈছে৷

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close