শেহতীয়া
Home / অসম / ৰাজ্যৰ অাত্মসহায়ক গোট আৰু খেতিয়ক সকলৰ ন-আঁচনি 

ৰাজ্যৰ অাত্মসহায়ক গোট আৰু খেতিয়ক সকলৰ ন-আঁচনি 

নিউজ ডেস্ক,প্ৰথম খবৰ: ৰাজ্যৰ আত্মসহায়ক গোটৰ বাবে সু খবৰ। কৃষি মন্ত্ৰী অতুল বৰাৰ এক বিশেষ ঘোষণা ২৬ হাজাৰ আত্মসহায়ক গোটক টেক্টৰ প্ৰদান কৰা হ’ব। ১০ ডিচেন্বৰত শুভাৰম্ভ কৰা হ’ব এই অাঁচনি। প্ৰথম পৰ্যায়ত ১০,১১৯খন টেক্টৰ বিতৰণ কৰা হ’ব। শ্বহীদ দিৱসৰ শুভ ক্ষণত এই আঁচনিৰ শুভাৰম্ভ কৰিব।
এইবাৰ ডিব্ৰুগড়ত অনুষ্ঠিত কৰা হ’ব উদ্যান শস্য মেলা। ৫ৰ পৰা ৮ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব এই মেলা। ৮৮. ৪২ লাখ মেট্ৰিক টন ধান উৎপাদনৰ লক্ষ্য কৃষি বিভাগৰ। খেতিয়ক সকলক বিতৰণ কৰা হব ১ লাখ চেল’ টিউবেল আৰু চ’লাৰ পাম্প।

Leave a Reply

Your email address will not be published. Required fields are marked *

*