অসমশীৰ্ষ

ৰেলৰ খুন্দাত নিহত পিতা-পুত্ৰ

নিউজ ডেস্ক, প্ৰথম খবৰ:

মঙ্গলবাৰে কোকৰাঝাৰৰ ছালাকাটিত মালবাহী ট্ৰাকৰ খুন্দাত নিহত হয় একেটা পৰিয়ালৰে দুজনকৈ লোক৷  জানিব পৰা মতে পৰিয়ালত হোৱা কাজিয়াৰ ফলস্বৰূপে চন্দন মাৰ্ডী নামৰ লোকজনে নিজৰ দুবছৰীয়া পুত্ৰ সন্তানক লৈ ৰেলৰ আগত জপিয়াই আত্মহত্যা কৰে৷

Related Articles

Leave a Reply

Close