শেহতীয়া
Home / অসম / অসম সচিবালয়ত ড° আম্বেদকাৰৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি

অসম সচিবালয়ত ড° আম্বেদকাৰৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি

নিউজ ডেস্ক,প্ৰথম খবৰঃ১৯৫৬ চনৰ ৬ ডিচেম্বৰ তাৰিখে মৃত্যুবৰণ কৰা কেন্দ্ৰীয় মন্ত্ৰীসভাৰ প্ৰথমগৰাকী আইনমন্ত্ৰী তথা ভাৰতীয় আইনজ্ঞ,ৰাজনৈতিক নেতা,দাৰ্শনিক,বুৰঞ্জীবিধ,অৰ্থনীতিবিধ,লিখক ড° ভীমৰাও ৰামজী আম্বেদকাৰৰ বুধবাৰে ৬২ তম মৃত্যুবাৰ্ষিকী৷

মৃত্যুবাৰ্ষিকী উপলক্ষে সমগ্ৰ দেশৰ লগতে অসম সচিবালয়তো আম্বেদকাৰৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসমৰ গড়কাপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই৷ এই অনুষ্ঠানত বোকাজান আৰু নলবাৰীৰ বিধায়ক নোমল মমিন আৰু অশোক শৰ্মায়ো অংশগ্ৰহণ কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*