শেহতীয়া
Home / শীৰ্ষ / টেলিভিচনত কণ্ডমৰ বিজ্ঞাপনৰ ওপৰত নিষেধাজ্ঞা বিজেপিৰ

টেলিভিচনত কণ্ডমৰ বিজ্ঞাপনৰ ওপৰত নিষেধাজ্ঞা বিজেপিৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: কণ্ডমৰ বিজ্ঞাপনৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিলে BJP চৰকাৰে। টেলিভিছন পৰ্দাত কণ্ডমৰ বিজ্ঞাপনে শিশুৰ মনত বিৰূপ প্ৰভাৱ পেলায় আৰু তাৰ ফলস্বৰূপে নানান ধৰণৰ নেতিবাচক কৰ্মৰাজীৰ প্ৰতি আকৃষ্ট হোৱা দেখা যায়। সেয়েহে এই বিজ্ঞাপন সমূহৰ তীব্ৰ সমালোচনা কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে।

উল্লেখযোগ্য যে এই বিষয় লৈ টেলিভিচনত আৰু ব্যক্তিগত খণ্ডৰ বৈদ্যুতিক মাধ্যম সমূহত নিষেধাজ্ঞা জাৰি কৰে। ইয়াৰ উপৰিও কয় যে এই বিজ্ঞাপনসমূহ কেৱল নিশা ১০ বজাৰ পৰা পিছদিনা পুৱা ৬ বজাৰ ভিতৰতহে সম্প্ৰচাৰ কৰিব পাৰিব বুলি কয়। যাতে সেইসমূহে শিশুৰ মানসিক অৱস্থাত সমূহত প্ৰভাৱ পেলাব নোৱাৰে। তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ে কেৱল নেটৱৰ্ক – ৰুলছ্ ১৯৯৪় য়ে শিশুৰ ভৱিষ্যতৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ বিৰূপ প্ৰভাৱ নেপেলায় তাৰ বাবে গুৰুত্ব আৰোপ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*