অসমশীৰ্ষ

হাতী খেদিবলৈ গৈ হাতীৰ গছকত প্ৰাণ গ’ল এজনৰ

প্ৰথম খবৰ, বিশেষ বাতৰি: হাতী-মানুহৰ সংঘাতে পুনৰ প্ৰাণ ল’লে এজনৰ। মৰঙিৰ পংকা পঞ্চায়তৰ বিষ্ণুপুৰ গাঁওত মুকুট গগৈ নামৰ এজন যুৱকৰ মৃত্যু হৈছে কিছুসময়ৰ পূৰ্বে। প্ৰায় ৩০ মিনিটৰ পূৰ্বে হাতীৰ গচকত মৃত্যুৰ মুখত পৰে ললিত গগৈ নামৰ ব্যক্তিজনৰ ৩২ বছৰীয়া পুত্ৰ মুকুট। 

উল্লেখ্য যে ৰাতিপুৱালৈকে হাতীৰ জাকে গাঁৱত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। সেয়ে দিনৰ ভাগত হাতী জাক লেটেকু চাহ বাগিছাৰ মাজলৈ আঁতৰাই পথাবলৈ ৰাইজৰ সৈতে মুকুট গগৈও গৈছিল। 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close