অসম

বাঙালী ফেডাৰেশ্যনৰ ধৰ্ণাত উত্তাল ওদালগুৰি

ওদালগুৰিৰপৰা গুনজিত দাস,  প্ৰথম খবৰ: ডি ভোটাৰৰ সন্ত্ৰাস বন্ধ কৰক, সৰ্ব্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈ পৰিল ওদালগুৰি। বাঙালী ফেডাৰেচনৰ উদ্যোগত আজি ওদালগুৰি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুই ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰুপায়ন কৰা হয়।

ডি ভোটাৰৰ নামত হিন্দু বাঙালীক হাৰাশাস্তি কৰাৰ প্ৰতিবাদ, অসমৰ সকলো হিন্দু বাঙালীক নাগৰিকত্ব প্ৰদান আৰু এন আৰ চিত সকলো হিন্দু বাঙালীৰ নাম অন্তৰ্ভুক্ত কৰাৰ দাবীত এই কাৰ্যসূচী ৰূপায়ন কৰা বুলি সংগঠনটোৰ কেন্দ্ৰীয় উপদেষ্টা শ্যামল চৰকাৰে প্ৰকাশ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close