অসমতেজপুৰ

অসম আন্দোলনৰ নেতা বাপধন কোছ আৰু নাই

 তেজপুৰৰপৰা অপুৰ্ব বৰা,প্ৰথম খবৰ:অসম আন্দোলনৰ নেতা তথা দৰং কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক বাপধন কোছ আকস্মিক বিয়োগ।তেজপুৰত শোকৰ ছাঁ পৰিছে।তেজপুৰ বেচেৰিয়া অঞ্চলৰ জনপ্ৰিয় সমাজকৰ্মী বাপধন কোচ দেৱ হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ জি এন আৰ চিকিৎসালয়ত চিকিৎসাধীন হোৱাৰ পিছত আজি মৃত্যু হয়।অসম আন্দোলন কালত সক্ৰিয় হৈ বহু বাৰ কাৰাবাস খাতিব লগা হৈছিল।আজি এই খৱৰ বিয়পি পৰাৰ লগে লগে তেজপুৰত শোকৰ ছাঁ পৰে ।

Related Articles

Leave a Reply

Close