শেহতীয়া
Home / অসম / এনডিএফবিৰ প্ৰশিক্ষণ ল’বলৈ যোৱা যুৱকক আটক

এনডিএফবিৰ প্ৰশিক্ষণ ল’বলৈ যোৱা যুৱকক আটক

প্ৰথম খবৰ,সোণাৰি:চৰাইদেউৰ জিলাৰ সোণাৰিৰ সাপেখাতীৰ পৰা আটক ছয় এনডিএফবি(এছ)ৰ হৈ নগালেণ্ডলৈ প্ৰশিক্ষন ল’বলৈ যোৱা যুৱক। সেনাৰ অভিযানত আটক এই ধৃত ছয় যুৱক। যুৱক কেইজন হল ক্ৰমে চিৰাং জিলাৰ যোচেফ নাৰ্জাৰী(২২),ৰিপূণ নাৰ্জাৰী(২১),ফাঙ্গু নাৰ্জাৰী(২৩),দুমুলূ নাৰ্জাৰী(২৩),কোকৰাঝাৰৰ সোমনাথ বসুমতাৰী(২৪) আৰু সোণিতপূৰৰ বোধিয়া দৈমাৰী(১৮)। সম্প্ৰতি সোণাৰি আৰক্ষীৰ জিমাত ছয় যুৱক।

Leave a Reply

Your email address will not be published. Required fields are marked *

*