অসমসাহিত্য

ওডালগুৰি জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সম্পাদক কমলেশ্ব শৰ্মাক ভূঞাখাট সাহিত্য সভাৰ সম্বৰ্ধনা

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া,প্ৰথম খবৰ:ওদালগুৰি জিলা সাহিত্য সভাৰ যোৱা ২৫ জানুৱাৰী তাৰিখত হোৱা নিৰ্বাচনত কমলেশ্বৰ শৰ্মা ওডালগুৰি জিলাৰ সাহিত্য সভাৰ সম্পাদক হিচাবে নিৰ্বাচিত হয়।নিৰ্বাচিত হোৱাৰ পিছত তেওঁৰ বাসগৃহত আজি ওদালগুৰি জিলা আপকুৰ সভাপতি বাপন শৰ্মা,ওডালগুৰি জিলাৰ ব্ৰাহ্মণ সমাজৰ সদস্য ভগীৰাম শৰ্মা ,ভূঞাখাট সাহিত্য সভাৰ সম্পাদক পংকজ কুমাৰ অসমীয়া, দলংঘাট শাখা ছাত্র সন্থাৰ সভাপতি কৌস্তভমনি শৰ্মা,কলাইগাও আঞ্চলিক আক্ৰাছূৰ সভাপতি মকুন্দ ডেকা,আৰু ওডালগুৰি জিলাৰ সন্মিলনৰ আহ্বায়ক
দেবজিৎ শৰ্মা ,ওডালগুৰি জিলা বড়ো সাহিত্য সভাৰ সভাপতি পূস্পৰাম বড়ো লগতে স্থানীয় ৰাইজে সম্বৰ্ধনা আৰু উচ্চ আদৰনী জনাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close