অসমকবিতাসাহিত্য

কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন সোৱঁৰণি বটাঁ বাতিল

প্ৰথম খবৰ,বৰহাট:সদৌ অসম কবি সন্মিলনৰ চৰাইদেউ জিলা সমিতিয়ে প্ৰৱৰ্তন কৰা ‘কবিতা কোৱঁৰ অম্বেশ্বৰ চেতিয়া ফুকন বটাঁ’ৰ বাবে অসমৰ বিভিন্ন অঞ্চলৰ পৰা কবিতা পাণ্ডুলিপি আহ্বান কৰা হৈছিল। বটাঁৰ বাবে অহা পাণ্ডুলিপি সমূহ উপযুক্ত নোহোৱাৰ বাবে শ্ৰেষ্ঠ প্ৰতিযোগী নিৰ্বাচন কৰিব পৰা নহ’ল। সেয়েহে কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন বটাঁটো বাতিল কৰা হৈছে বুলি চৰাইদেউ জিলা কবি সন্মিলনৰ সভাপতি সিদ্ধাৰ্থ দত্ত আৰু সম্পাদক ৰুস্তম গগৈয়ে জনাইছে।

Related Articles

Leave a Reply

Close