অসম

কালিলৈ গড়গাঁও সংমণ্ডলত ৬ ঘন্টীয়া বিদ্যুৎ কৰ্তন

প্ৰথম খবৰ,শিমলুগুৰি:কালিলৈ গড়গাঁও গ্ৰীড কণ্টৌল ৰোমৰ জৰুৰী মেৰামতিৰ বাবে পুৱা ৯ বজাৰ পৰা আবেলি ৩ বাজিলৈ বিদ্যুৎ সৰবৰাহ বন্ধ থাকিব। এই সময়ত নাজিৰা,শিমলুগুৰি, চণ্টক,বিহুবৰ,চুণপোৰা,ধিতাইপুখুৰী,নিমণাগড় আদি গড়গাঁও বৈদ্যুতিক উপ সংমণ্ডল এলেকাত ৬ ঘণ্টা বিদ্যুৎ নাথাকিব বুলি সংমণ্ডল বিষয়াই জনোৱাৰ লগতে ৰাইজৰ সহযোগিতা কামনা কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close