অসম

চামগুৰিত গণৰাজ্য দিৱস পালন

চামগুৰিৰপৰা নৃপেন হাজৰিকা;প্ৰথম খবৰ:সমগ্ৰ দেশতে ৬৯ তম সংখ্যাক গণৰাজ্য দিৱস উদযাপন কৰাৰ লগতে চামগুৰিতো উদযাপন কৰা হৈছে ৬৯তম গণৰাজ্য দিৱস।ভেলেউগুৰি সমবায় সমিতি লিমিটেডৰ কাৰ্যালয়ৰ প্ৰাঙ্গণত গণৰাজ্য দিৱসতি উদযাপন কৰা হয়।সমবায় খনৰ সচিব কাৰ্ত্তিক বিশ্বাসে পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি গণৰাজ্য দিৱস সন্দৰ্ভত ভাষণ প্ৰদান কৰে।ইপিনে চামগুৰিৰ বিভিন্ন শিহ্মানুষ্ঠান, প্ৰতিষ্ঠানৰ লগতে চামগুৰি আৰহ্মী থানা, চামগুৰি ৰাজহ চক্ৰৰ কাৰ্যালয় আদিত গণৰাজ্য দিৱসতি উদযাপন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close