অসম

চামগুৰিত সৰস্বতী পূজা উদযাপন

চামগুৰিৰপৰা নৃপেন হাজৰিকা,প্ৰথম খবৰ:সমগ্ৰ ৰাজ্যখনে আজি সৰস্বতী পূজা উদযাপন কৰাৰ লগতে নগাওঁ জিলাৰ চামগুৰিৰ বিভিন্ন অঞ্চলতো সৰস্বতী পূজা উদযাপন কৰা হয়।স্কুল,কলেজকে ধৰি বিভিন্ন প্ৰতিষ্ঠানেও পূজা ভাগ উদযাপন কৰে।ভাৰতীয় ষ্টেট বেংক চামগুৰি শাখাইয়ো প্ৰতিবছৰৰ দৰে এইবাৰো উলহ-মালহেৰে বিদ্যাৰ অধিষ্ঠাত্ৰী বাগদেবীক পূজা অৰ্চনা কৰে।

Related Articles

Leave a Reply

Close