Home / অসম / চৰাইদেউত অগ্নিকাণ্ডত বাসগংহ ভস্মীভূত

চৰাইদেউত অগ্নিকাণ্ডত বাসগংহ ভস্মীভূত

প্ৰথম খবৰ,বৰহাট:চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত আটিলপথাৰ নিবাসী গুনিন লাহনৰ বাসগৃহত এক অগ্নিকাণ্ডত বাসগৃহটো ভস্মীভূতৈ হয়। ঘটনাৰ বিৱৰণি মতে আজি সন্ধিয়া প্ৰায় ৫বজাত বাসগৃহত জুই জ্বলি নিমিষতে নিঃশেষ হয়। অগ্নিকাণ্ডত প্ৰায় ৪লাখ টকাৰ সামগ্ৰীহ ক্ষতি হয় বুলি জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*