শেহতীয়া
Home / অসম / তেজপুৰত তিনি শ্বহীদক স্মৰণ

তেজপুৰত তিনি শ্বহীদক স্মৰণ

প্ৰথম খবৰ, তেজপুৰ: ১৯৮৪ চনৰ পহিলা তাৰিখৰ দিনা অসম আন্দোলনত অংশ গ্ৰহণ কৰি তিনি যুৱক ৰূপক নাথ ,অনুকুল কাকতি আৰু মনজিৎ দাসে আত্মবলিদান দিছিল। আজি তেজপুৰৰ মাজগাৱত থকা শ্বহীদ তিনি গৰাকীৰ সমাধিস্থল শ্বহীদ বাকৰিত শ্বহীদ কেইগৰাকীক শ্ৰদ্ধা নিবেদন কৰা হয়।

শ্বহীদ পৰিয়ালৰ লগতে ছাত্ৰ নেতা নিতুল বৰা, অৰূপ ঘোষ, অৰূপ তালুকদাৰৰ লগতে প্ৰাক্তন ছাত্ৰ নেতা প্ৰেমানন্দ মহন্ত, অপুৰ্ব বৰা, হিমাংশু শইকীয়া ,শিল্পী কুলেন বৰাৰ লগতে ছাত্ৰ কৰ্মীসকলে ভাগ লৈ শ্ৰদ্ধা নিবেদন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*