অসম

ত্তাঈ সাহিত্য আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত মে-ডাম-মেফী উদ্‌যাপন

প্ৰথম খবৰ, বৰহাট: ত্তাঈ সাহিত্য আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত তথা বৰহাট আঞ্চলিক সমিতিৰ সহযোগত আজি চৰাইদেউ জিলাৰ বৰুৱাছালি মৌজাৰ নাহৰপুখুৰী গাঁৱ পঞ্চায়তৰ অন্তৰ্গত ঐতিহাসিক নাহৰপুখুৰী-সৰুপথাৰ লেচাই মৈদাম,মিলনপুৰ গাঁৱ পঞ্চায়ৰ ৪নং মৈদামত মে-ডাম-মেফী উদ্‌যাপন কৰা হয়। এই উপলক্ষে পুৱা ডামফী,মৈদাম তৰ্পন অনুষ্ঠিত কৰা হয়। বিয়লি ত্তাঈ সাহিত্য আৰু সংস্কৃতি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পবিত্ৰ মহন ফুকন,কেন্দ্ৰীয় সম্পাদক ৰুস্তম গগৈ প্ৰমুখ্যে ভালেকেইজন বক্তৃতাই ভাষণ আগবঢ়াই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close