অসম

দৰঙত বনভোজ খাবলৈ আহি দুৰ্ঘটনাত পতিত

প্ৰথম খবৰ,দেওমৰনৈ: পাথৰিঘাটৰ পৰা ভৈৰৱকুণ্ডলৈ বনভোজ খাবলৈ আহি থকা অৱস্থাত দৰংৰ বোক্ৰাঝাৰত দুৰ্ঘটনাত পতিত হয় বনভোজ খাবলৈ যোৱা দল এটি। দুখন গাড়ীত আহি থকা বনভোজ যাত্ৰীৰ দলটিৰ এখন গাড়ী পথৰ পৰা বাগৰি পৰাত বনভোজ খাবলৈ যোৱা যাত্ৰীৰ কেইবাজনো লোক গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হোৱাত ততাতৈয়াকৈ চিকিৎসালয়ত ভর্তি কৰা হয়।

Related Articles

Leave a Reply

Close