অসম

দৰঙৰ ছিপাঝাৰৰ নাৰিকলী শিৱ মন্দিৰত আজি বছৰৰ প্ৰথম দিনটো হাজাৰ হাজাৰ ভক্ত প্ৰাণ ৰাইজৰ সমাবেশ

প্ৰথম খবৰ,দেওমৰনৈঃদৰং জিলাৰ ছিপাঝাৰৰ ঐতিহাসিক নাৰিকলী শিৱ মন্দিৰত আজি বছৰৰ প্ৰথম দিনটোত অসমৰ বিভিন্ন ঠাইৰ হাজাৰ হাজাৰ ভক্ত প্ৰাণ ৰাইজৰ সমাবেশ হয়। আজি বছৰৰ প্ৰথমটো সোমবাৰে মন্দিৰৰ পৰিবেশ লোকেলোকাৰণ্য হৈ পৰে বিভিন্ন অঞ্চলৰপৰা অহা ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close