শেহতীয়া
Home / অসম / দৰঙৰ ধূলাত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে গুলিচলনা কৰাৰ প্ৰতিবাদত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচী

দৰঙৰ ধূলাত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে গুলিচলনা কৰাৰ প্ৰতিবাদত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচী

প্ৰথম খবৰ,মংগলদৈ/দেওমৰনৈ:দৰঙৰ ধূলাত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে গুলিচলনা কৰাৰ প্ৰতিবাদত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচী আচলতে হাচেন আলি কোন। বিশেষ সুত্ৰৰ পম খেদি ধুলা থানাৰ অন্তৰ্গত আটাকাটা গাঁৱৰ বিভিন্ন অপৰাধত জড়িত বুলি অভিযোগ থকা হাচেন আলি নামৰ ব্যক্তিজনক আৰক্ষীয়ে আটক কৰাৰ পিছত আৰক্ষীৰ সোধপোচৰ সময়ত মৃত্যু হোৱাত যোৱা কালি ধুলা থানা ঘেৰাও কৰি প্ৰতিবাদ কৰাৰ সময়ত প্ৰতিবাদ কাৰীয়ে হিংসাত্মক ঘটনা সংঘটিত কৰাৰ বাবে পুলিছে লাঠীচলনা আৰু গুলিচলনা কৰিব লগীয়া হোৱাত মহিদুল ইছলামৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছিল। তাৰ প্ৰতিবাদত আজি দৰং জিলা কংগ্ৰেছে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদী কাৰ্য্যসূচীত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন,বসন্ত দাস,প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী,বিধায়ক ইলিয়াচ আলিৰ লগতে কংগ্ৰেছ কৰ্মী সকল। প্ৰতিবাদী কাৰ্যসূচী যিমানেই সকলো তথ্য উদঘাটন হ’ব ঘটনাটোৰ তদন্তৰ পিছতহে। বিগত বহুদিন ধৰি অন্তধ্যান হৈ থকা হাচেন আলি আচলতে দোষী আছিল নে। ইমান দিনে কত অন্তধ্যান হৈ কি কামত জড়িত হৈ আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

*