অসম

নগৰবেৰাত উৰুকাৰ নিশা অগ্নিকাণ্ড

প্ৰথম খবৰ,নগৰবেৰা:নগৰবেৰাৰ পিজুপাৰা সাহাপাৰাত উৰুকাৰ নিশাই চাঞ্চল্যকৰ ঘটনা। নিশা জামাল উদ্দিন নামৰ লোক এজনৰ থকা ঘৰত দুবৃত্তৰ অগ্নি সংযোগ। কথামপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ। ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰাম্ভ কৰা বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close