অসম

প্ৰচণ্ড কুৱলীত এক প্ৰকাৰে জন জীৱন ব্যাহত হৈ পৰিছে হাতীলৰুৱাত 

লাহৰীঘাটৰপৰা শ্বামিমুল ইছলাম,প্ৰথম খবৰ: মৰিগাঁও জিলাৰ ভূৰাগাওঁৰ হাতীলৰুৱা পথাৰৰ প্ৰচণ্ড কুৱলীৰ বাবে এক প্ৰকাৰে জন জীৱন ব্যাহত হৈ পৰিছে অঞ্চলটোত।  শূণ্য হৈ পৰিছে ৰাজ পথ। ৰাতিৰে পৰাই বৰষুণৰ টোপালৰ দৰে একে লেথাৰিয়ে পৰা নিয়ৰৰ টোপালৰ ফলত গাড়ী মটৰৰ চলাচল সম্পূৰ্ণ ৰূপে বন্ধ হৈ আছে বতমান সময়লৈকে অঞ্চলটোত। দূৰ্ঘটনা সংগঠিত হোৱাৰ আশংকাত চালক সকলে গাড়ী চলোৱাৰ পৰা বিৰত আছে। ইফালে গাড়ী মটৰ চলাচল বন্ধ হৈ পৰাত হাহাকাৰৰ সৃষ্টি হৈছে যাত্ৰী সকলৰ মাজত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close