অসম

বনগাওঁ নাৰমাৰি মৰঙিয়াল গাঁৱত পশু উদ্ধাৰ

প্ৰথম খবৰ,খুমটাই: বোকাখাত মহকুমাৰ ৰঙামাটি মৌজাৰ নাৰমাৰি মৰঙিয়াল গাঁৱত আজি পুৱা স্থানীয় যুৱকসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্য সন্ধানত ওলাই অহা এটা পশু খেতি পথাৰত বিচৰণ কৰি থকা দেখা পায় কোনো দুষ্টপ্ৰকৃতিৰ লোকে যাতে পশুটো হত্যা কৰিব নোৱাৰে সেই উদ্দেশ্যে পশুটো উদ্ধাৰ কৰি নুমলীগড় বন সংমণ্ডলৰ বনকৰ্মীৰ হাতত চমজাই দিয়ে। স্থানীয় সচেতন ৰাইজে যুৱক কেইজনৰ এই পদক্ষেপত শলাগ লৈছে।

Related Articles

Leave a Reply

Close