অসম

বাংলাদেশলৈ অবৈধভাৱে চালানৰ উদ্দেশ্য অনা অতিৰিক্ত শিল ভৰ্তি ট্ৰাক জব্দ গোলকগঞ্জত

প্ৰথম খবৰ,গোলকগঞ্জঃ ধুবুৰী জিলাৰ গোলকগঞ্জত অতিৰিক্ত শিল কঢ়িওৱা নখন ট্ৰাক জব্দ। পশ্চিম বংগৰ পৰা গোলকগঞ্জৰ সোণাহাট আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰ হৈ বাংলাদেশলৈ অবৈধভাৱে প্ৰেৰণ কৰাৰ উদ্দেশ্যে অতিৰিক্ত শিল কঢ়িয়াই অসমত প্ৰৱেশ কৰিছিল ট্ৰাক কেইখন। ট্ৰাক সমুহৰ নম্বৰ হ’ল AS 18C/ 2277,AS 18/ 9666,AS 18C/ 9175,As01R/ 4596,AS 01A/ 6949,AS01AC/8182,AS 01AC/ 8175, AS13C/0121,AS25A/ 7399।

Related Articles

Leave a Reply

Close