শেহতীয়া
Home / অসম / বিহালীত চোৰাং চিকাৰী আটক

বিহালীত চোৰাং চিকাৰী আটক

প্ৰথম খবৰ,বৰগাং:কাজিৰঙাৰ নৰ্ডাণ ৰেঞ্জে অভিযান চলাই আটক কৰিছে তিনিজনকৈ চোৰাং সৰবৰাহকাৰী৷ উদ্ধাৰ হৈছে এটা কেকোঁ সাপ৷ ধৃত ব্যক্তি কেইজন ক্ৰমে অৰুণাচলৰ পাপুমপাৰে জিলাৰ চানু হাই,চনগিয় টাহু আৰু গহপুৰৰ মইনা বৰা। বিশ্বনাথৰ বৰগাংৰ এখন হোটেলত কেকোঁ সাপটো বিক্ৰী কৰিবলৈ চেষ্টা চলাওতেই আটাইকে গ্ৰেপ্তাৰ কৰে৷ ৩০ লাখ টকাত বিক্ৰী কৰাৰ বাবে চেষ্টা কৰিছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*