অসমশীৰ্ষ

বিহালীৰ কেটেলাত অচিনাক্ত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ,বৰগাং: বিহালীৰ বৰগাং আৰক্ষী চকীৰ অন্তৰ্গত কেটেলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাঁইপথৰ এক কালভাৰ্টত এক অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ মৃত ব্যক্তিজনৰ বিতং তথ্য বৰ্তমানলৈকে পোহৰলৈ অহা নাই ৷ সম্প্ৰতি বৰগাং আৰক্ষী চকী বিষয়াৰ তত্বাবধানত অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া ৷

Related Articles

Leave a Reply

Close