অসম

বিহালী আছাৰ প্ৰাথমিক গোট গঠন

প্ৰথম খবৰ,বৰগাং:সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিহালী আঞ্চলিক সমিতিয়ে অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাৰ ননকে বিহুমাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগনত ছাত্ৰ সংগঠনটোৰ ননকে বিহুমাৰী প্ৰাথমিক গোট গঠন হয় ৷ প্ৰায় ২ শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভা খনত সভাপতিত্ব কৰে স্থানীয় সচেতন যুৱক ভূপেন কৰোৱাই৷ সভাৰ উদ্যেশ্য বাখ্যা কৰে,শিৱন কৰোৱাই ৷ সভাত নৱ গঠিত গোটটোৰ সভাপতি শিৱন কৰোৱা, উপ-সভাপতিদ্বয় বেনু কৰ্মকাৰ আৰু চিলন্তী কৰোৱা, সম্পাদক ৰাজু তেলহান, সহকাৰী সম্পাদক এন্থেনী তেলহান, বিত্ত সম্পাদক গনেশ কমাৰ, সাংগঠনিক সম্পাদক ভৰত বৰাইক, কোষাধক্ষ্য বিজয় কৰোৱা, সাংস্কৃতিক সম্পাদক মৃনালী মুণ্ডা, ক্ৰীড়া সম্পাদক শুভাৰাম কমাৰ, শিক্ষা সম্পাদক ৰঞ্জিতা কৰোৱা, উপদেষ্ঠা ক্ৰমে, ভূপেন কৰোৱা, ভূপেন কমাৰ, দূৰ্গেশ্বৰ কৰ্মকাৰ, ডানিয়েল মুণ্ডা আৰু ধনীৰাম তেলহানক লৈ মুঠ ৫১ জনীয়া এখন শক্তিশালী সমিতি গঠন হয় ৷ আনহাতে সভাখনত উপস্থিত থাকে ছাত্ৰ সংগঠনটোৰ বিশ্বনাথ জিলা সমিতিৰ সম্পাদক অজিৎ কূৰ্মী, বিহালী আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক মংলু চব্বৰ, আঞ্চলিক সদস্য মাৰ্কূছ গুৰীয়া ৷

Related Articles

Leave a Reply

Close