শেহতীয়া
Home / অসম / বৰহাটত মৃত শিশু উদ্ধাৰ

বৰহাটত মৃত শিশু উদ্ধাৰ

প্ৰথম খবৰ,বৰহাট:চৰাইদেউ জিলাৰ অসম-অৰুণাচল ৰাজ্যৰ সীমান্তৱৰ্তী চৰাইপুং আৰক্ষী থানাৰ অন্তৰ্গত ১নং চৰাইপুঙৰ এটা জলাশয়ত এটি মৃত শিশু উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণি মতে আজি পুৱা প্ৰায় ৮বজাত ঐতিহাসিক লাহদৈগড় সমীপৰ এটা বৃহত জলাশয়ত এটি শিশু পানীত উপঙি থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে।
উদ্ধাৰ হোৱা শিশুটো ১নং চৰাইপঙৰ নিবাসী পূৰ্বজ্যোতি টিপমীয়াৰ বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*