শেহতীয়া
Home / বিনোদন / বৰহাটত মোৰ হৃদয়ে তোমাকে বিচাৰে ভিডিঅ’ ছবিৰ শুভমূহুৰত

বৰহাটত মোৰ হৃদয়ে তোমাকে বিচাৰে ভিডিঅ’ ছবিৰ শুভমূহুৰত

প্ৰথম খবৰ,বৰহাট:চৰাইদেউ জিলাৰ অসম-অৰুণাচল ৰাজ্যৰ সীমান্তৱৰ্তী লাকিলীত আজি কবি,গীতিকাৰ,গায়ক,অভিনেতা কুমুদ গগৈ ৰচিত মোৰ হৃদয়ে তোমাকে বিচাৰে গীতটি ভিডিঅ’ চবি শুভমূহুৰত অনুষ্ঠানৰ নাৰিকল ভাঙি শুভেচ্ছা মূলক মন্তব্য আগবঢ়ায় আপকু চৰাইদেউ জিলা সমিতিৰ সম্পাদক ৰুস্তম গগৈয়ে। অনুষ্ঠানত বৰহাট প্ৰেছ ক্লাবৰ সভাপতি ভাস্কৰ ভাজনী,কৰি’গ্ৰাফাৰ দুলেশ্বৰ গগৈ প্ৰমুখ্যে কৰি কেইবাজনো সংস্কৃতি প্ৰেমী উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*