অসম

ভোগালীক লৈ তেজপুৰৰ মহিলা সকলৰ ব্যস্ততা

তেজপুৰৰ পৰা অপুৰ্ব বৰা ,প্ৰথম খবৰ: ভোগৰ উৎসৱ ভোগালীক লৈ ব্যস্ত ৰাজ্যবাসী। সোণালী পথাৰৰ পৰা সোণগুটি চপোৱাৰ পিছৰে পৰা আৰম্ভ হয় ভোগালী বিহুৰ প্ৰস্তুতি। পথাৰৰ পৰা নৰা কাটি চুবুৰীৰ ৰাইজৰ পৰা বাহ সংগ্ৰহ কৰি মেজি , ভেলা সজাত ব্যস্ত হোবা দেখা যায়। সোণগুটি চপাই আনি চাউল উলিয়াই বিভিন্ন ভোগালীৰ জলপান , পিঠাপনা বনোৱাত ব্যস্ত হোৱা হৈ পৰে মহিলা সকল। তেনেদৰেই এতিয়া তেজপুৰৰ মহিলা সকল ঢেকিৰ চাপে চাপে  পিঠাগুৰি খুন্দি বৰ পিঠা , খোলা পিঠা , নাৰিকল লাডু বনোৱাত ব্যস্ত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close