অসমযুৱশীৰ্ষ

মঙ্গলদৈত কটন কলেজৰ ছাত্ৰৰ বিৰুদ্ধে এজাহাৰ

প্ৰথম খবৰ:মংগলদৈ: আফজালুৰ হক দেৱান নামৰ কটন কলেজৰ ছাত্ৰ বুলি পৰিচয় দিয়া যুৱক জনৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ পশ্চিম মঙ্গলদৈ মণ্ডল সমিতিয়ে এজাহাৰ দাখিল কৰে মঙ্গলদৈ সদৰ থানাত।কটন কলেজৰ ছাত্ৰ বুলি পৰিচয় দিয়া আফজালুৰ হক দেৱান নামৰ ছাত্ৰ জনে হিন্দু ধৰ্মৰ আৰোধ্য দেবী মা- স্বৰস্বতীক উদ্দেশ্যি অশ্লীল আৰু যৌনগন্ধী মন্তব্য চ’ছিয়েল মিডিয়াত প্ৰকাশ কৰি হিন্দু-মুছলমানৰ মাজত বিভেদ অনাৰ চেষ্টা কৰা বুলি অভিযোগ আনি ছাত্ৰ গৰাকীৰ ওপৰত ব্যৱস্থা গ্রহণ কৰাৰ বাবে মঙ্গলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ হাতত এজাহাৰ দাখিল কৰে।

Related Articles

Leave a Reply

Close