অসমশীৰ্ষ

মৰাণত ভয়ংকৰ পথ দূৰ্ঘটনা

মৰাণৰপৰা ৰাজু মিশ্ৰ,প্ৰথম খবৰ: মৰাণৰ নাহৰণিত AS-01-FC-6592 নম্বৰৰ ট্ৰেভেলাৰ আৰু  NL- 02-N-9819 নম্বৰৰ   অইল টেংকাৰৰ মাজত ভয়ংকৰ সংৰ্ঘষত ২০ জনৰো অধিক যাত্ৰী গুৰুতৰভাৱে আহত ।আহত লোক কেইজনক মৰাণ এম এম চি আৰু মৰাণ তিলৈ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close