শেহতীয়া
Home / অসম / লামডিঙত ভয়ংকৰ অগ্নিকাণ্ড

লামডিঙত ভয়ংকৰ অগ্নিকাণ্ড

প্ৰথম খবৰ, লামডিং: সোমবাৰে বিয়লি লামডিং দুই নং সাধুকুটিত ভয়ংকৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হয়। লামডিং ভাৰত পেট্ৰ’লিয়াম নিগমৰ পৰা মাত্ৰ কিছু দূৰত্বত এটা বালি ৰখাৰ কেম্পত হঠাৎ জুই লগত সমগ্ৰ অঞ্চলত চাঞ্চলৰ সৃষ্টি হয়। এটা শ্ৰমিকৰ কেম্পত হঠাৎ লগা জুইয়ে ভয়াবহ ৰূপ ধাৰণ কৰে  কৰে অঞ্চলজুৰি ৷ কিন্তু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতা ৰক্ষা পৰিল সমস্ত অঞ্চল। ৰহস্যজনক কথা যে কেম্পটোত কিদৰে জুই সূত্ৰপাত ঘটে এই সন্দৰ্ভত বৰ্তমান লৈকে জানিব পৰা নাই। লামডিং আৰক্ষীয়ে এই সম্পৰ্কে তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*