অসমশীৰ্ষ

শিলাদিত্যৰ বিৰুদ্ধে গোচৰ ৰুজু

নিউজ ডেস্ক,প্ৰথম খবৰ:হোজাইৰ বিধায়ক শিলাদিত্যই যোৱাকালি NRC ৰ ওপৰত আপত্তিজনক মন্তব্য কৰিছিল যে ৰাষ্ট্ৰীয় নাগৰীক পঞ্জীত বাংলাদেশী মুছলমানৰ নাম অন্তৰ্ভূক্ত হৈছে লগতে অইন কেইবাটাও সাম্প্ৰদায়িক মন্তব্যও কৰিছিল আকৌ বিগত কিছুদিন ধৰি তেখেতে আপত্তি জনক মন্তব্য আগবঢ়াই অসমৰ বাতাবৰণ অশান্তিময় কৰি ৰাখিছে সেই নিমিত্ৰে সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদে উগ্ৰ সাম্প্ৰদায়িক বিজেপি বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে যোৱাকালি লতাশিল আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close