অসমযুৱ

শিৱসাগৰত আজি ১২১ তম নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী উদযাপন

প্ৰথম খবৰ,শিৱসাগৰ: সদৌ অসম বঙালী যুৱ ফেডাৰেচন , সদৌ অসম বঙালী মহিলা ফেডাৰেচনৰ লগতে শিৱসাগৰবাসী ৰাইজৰ সহযোগত আজি ভাৰত স্বাধীন আন্দোলনৰ অগ্ৰণী বীৰ সংগ্ৰামী নেতাজীৰ ১২১ সংখ্যক জন্মজয়ন্তী শিৱসাগৰৰ শিৱদলৰ সন্মুখত উদযাপন কৰে৷দিৱস উপলক্ষে বাহিৰ কৰোৱা সমদলৰ পাছতে শিৱদলৰসন্মুখত অনুষ্ঠিত মুকলি সভাত নেতাজীয়ে দেশৰ বাবে থৈ যোৱা অৱদানক সোঁৱৰণ কৰে৷উক্ত সভাত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা অশ্বীনি চেতিয়া , নিবন্ধকাৰ চামচুল বাৰিক , জেষ্ঠ সাংবাদিক মনিৰুল ইছলাম বড়াকে ধৰি বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close