Home / অসম / শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ মুক্তিযোদ্ধা ইন্দ্ৰেশ্বৰ চেতিয়াৰ দেহাৱসান

শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ মুক্তিযোদ্ধা ইন্দ্ৰেশ্বৰ চেতিয়াৰ দেহাৱসান

শিমলুগুৰিৰপৰা নেকিবুল হক;প্ৰথম খবৰ:
ভাৰতৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰা ইন্দ্ৰেশ্বৰ চেতিয়া আৰু নাই৷১৯২১ চনত মাহমৰা জাপিধৰা গাঁৱত জন্ম লাভ কৰা মুক্তিযোদ্ধা ইন্দ্ৰেশ্বৰ চেতিয়াৰ আজি দেওবাৰে সন্ধ্যা শেষ নিশ্বাস ত্যাগ কৰে৷শিমলুুগুৰি বৰক’লা নিবাসী চেতিয়াৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৭ বছৰ৷মৃত্যুৰ সময়ত তেও দুই পুত্ৰসহ তিনি গৰাকী জী এৰি থৈ যায়৷বিশিষ্ট মুক্তিযোদ্ধাগৰাপীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে৷স্বাধীনতা আন্দোলনত জপিয়াই পৰা চেতিয়া তাম্ৰ ফলিও লাভ কৰাৰ লগতে লাভ কৰিছিল মুক্তিযুজাৰুৰ পেঞ্চন৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*