চেঙাৰপৰা মইদুল ইছলাম,প্ৰথম খবৰ:সৰ্থেবাৰীৰ মাজদিয়াত চাঞ্চল্য। ষ্টেট বেংকৰ এটিএমত ওলাল তালি মৰা ফটা নোট। ২০০০ টকীয়া ১২খন ওলাইছে ফটা নোট। মুঠ ২৪ হাজাৰ টকাৰ ফটা নোট।তিনিজন গ্ৰাহকে এটিএমৰ পৰা উলিয়াইছিল ধন।লোক তিনিজন চাদেক আলী(৬০০০),চফিকউল্লাহ (৮০০০) আৰু বুবুল চন্দ্ৰ বড়ো(১০০০০)গ্ৰাহককেইজৰ মাজত হাহাকাৰ।
