অসম

সিধাবাৰীত সাংস্কৃতিক ভবনৰ আধাৰশিলা স্থাপন

প্ৰথম খবৰ,মাটিয়া:সিধাবাৰীত আজি এটি সাংস্কৃতিক ভবন আৰু এটি বজাৰ গৃহৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক এ কে ৰছিদ আলমে। সাপ্তাহিক বজাৰ প্ৰাঙ্গণত এম এছ ডি পি আঁচনিৰ মুঠ ১৫ লাখ টকাৰ মাৰ্কেট ছেট আৰু আন টাইদ আচনিৰ মঠ ১০ লাখ ব্যয় সাপেক্ষে নিৰ্মাণ হব লগীয়া সাংস্কৃতিক ভবনটোৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে বিধায়কে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close