শেহতীয়া
Home / অসম / সোণাৰিত উত্তপ্ত পৰিস্থিতি

সোণাৰিত উত্তপ্ত পৰিস্থিতি

প্ৰথম খবৰ,সোণাৰি:সোণাৰি চফ্ৰাইত উত্তপ্ত পৰিস্থিতি। দাদাগিৰিত লিপ্ত বিজেপি নেতাক প্ৰহাৰ স্থানীয় ৰাইজৰ। AS04P 4100 নম্বৰৰ ব’লেৰ গাড়ী খনো ভাঙি চূৰমাৰ। মাহমৰাৰ বিধায়ক যোগেন মহনৰ ঘনিষ্ঠ সুৰেশ ফুকন আৰু নয়ন চেতিয়াৰ প্ৰাণ ৰক্ষা কৰে আৰক্ষীয়ে। এজন ডামপাৰৰ ড্ৰাইভাৰক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল বিজেপি নেতাদ্বয়ে। তাৰ পিছতেই এই পৰিস্থিতি।

Leave a Reply

Your email address will not be published. Required fields are marked *

*