অসমশীৰ্ষ

হুদাৰ বিৰুদ্ধে পুনৰ বিজেপিৰ গোচৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে পুনৰ গোচৰ ৰুজু কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে। কংগ্ৰেছৰ এক সভাত বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত গোচৰ ৰুজু কৰিছে কলিয়াবৰ জিলা বিজেপিয়ে। ৰূপহীহাটৰ এখন সভাত বিতৰ্কিত মন্তব্য কৰিছিল কৰিছিল বিধায়ক হুদাই। উল্লেখ্য যে, প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক আব্দুল ৰূপছানৰ বিৰুদ্ধেও এক গোচৰ ৰুজু কৰা হৈছে।

Related Articles

Leave a Reply

Close