শেহতীয়া
Home / অসম / ১ জানুৱাৰীত ভাৰতত জন্ম ৩ লাখ ৮৬ হাজাৰ নৱজাতক

১ জানুৱাৰীত ভাৰতত জন্ম ৩ লাখ ৮৬ হাজাৰ নৱজাতক

নিউজ ডেক্স,প্ৰথম খবৰ:জনসংখ্যা বিস্ফোৰণৰ দিশে ধাৱমান হৈছে ভাৰতবৰ্ষ।ইউনিচেফৰ এক প্ৰতিবেদন অনুসৰি ২০১৮ চনৰ ১ জানুৱাৰীৰ প্ৰথম দিনটোতে দেশত জন্মপায় সৰ্বমুঠ ৩ লাখ ৮৬ হাজাৰ শিশুৰ৷

উল্লেখযোগ্য যে ইয়াৰ সৰ্বাধিক শিশু জন্ম পাইছে ভাৰতবৰ্ষৰ অতিশয় পিছপৰা অঞ্চল সমূহত।ইউনিচেফৰ প্ৰতিবেদনৰ মতে বিশ্বৰ অৰ্ধেক সংখ্যক শিশুৰ জন্মহোৱা ৯ খন দেশৰ শীৰ্ষত আছে ভাৰতবৰ্ষ।
আনদেশ সমূহৰ তালিকাত আছে নাইজেৰিয়া, পাকিস্তান চীন আদি।
নৱবৰ্ষৰ প্ৰথম দিনটোতে শিশুৰ জন্মবৃদ্ধিৰ
এনে অভাৱনীয় হাৰ সচাঁকৈয়ে লক্ষণীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*