অসমযুৱ

ৰঙিয়াত গণৰাজ্য দিৱস উদযাপন

প্ৰথম খবৰ;ৰঙিয়া:সমগ্ৰ দেশৰ লগতে ৰঙিয়া মহকুমাতো কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হয় ৬৯ সংখ্যক গণৰাজ্য দিৱস। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জাতীয় পতাকা উত্তোলন কৰে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনিন্দ্ৰ বৰদলৈয়ে। তেওঁ মাৰ্চ পাস্ট আৰু কুজকাৱাজৰ অভিবাদন গ্ৰহন কৰে। ভাষন প্ৰসংগত তেওঁ অসম চৰকাৰৰ বিভিন্ন আচঁনিৰ ব্যখা আগবঢ়ায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close