অসমখেলযুৱ

বিহালীত মৰ্ণিং ক্লাবৰ উদ্যোগত জিলা ভিত্তিত বেডমিন্টন প্ৰতিযোগিতা

বিহালীৰপৰা অম্লান কাশ্যপ চাহা,প্ৰথম খবৰ:বিহালী সমষ্টিৰ অন্যতম আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান মৰ্ণিং ক্লাবে দ্বিতীয়বাৰৰ বাবে আয়োজন কৰিছে বেডমিন্টন প্ৰতিযোগিতা ।

উল্লেখ্য যে মৰ্ণিং ক্লাবে জিলা ভিত্তিত আয়োজন কৰা প্ৰতিযোগিতা খনত বিশ্বনাথ জিলাৰ সমূহ প্ৰতিযোগিৰ যোগদান আন্তৰিকতাৰে কামনা কৰিছে ।একক আৰু যুটীয়া (ছিংগলছ আৰু ডাবলছ) দুয়োটা শাখাতে অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখন অহা ২৮, ২৯ আৰু ৩০ জানুৱাৰীত বেদেতীত আৰম্ভ হ’ব । গতিকে ইচ্ছুক খেলুৱৈ সকলক ৭০৩৫২৯৯৮৯০ আৰু ৮৮৭৬৪৫৩৩৩৬ নম্বৰত আগতীয়াকৈ যোগাযোগ কৰিবলৈ উদ্যোক্তা সকলে আহ্বান জনাইছে।

Related Articles

Leave a Reply

Close