অসমশীৰ্ষ

অসম অৰুণাচল সীমান্তত উত্তেজনাময় পৰিস্থিতি

প্ৰথম খবৰ,সোণাৰী: চৰাইদেউৰ অসম অৰুণাচল সীমান্তৰ কানু চাহ বাগিচাত নিশা শূন্যলৈ গুলিচালনা দুৰ্বত্তৰ৷ অঞ্চলটোত গ্ৰেনেড সংস্থাপনৰ সন্দেহত আতংক ৷ আলফা ( স্বাধীন ) জড়িত থকাৰ সন্দেহ ৷ অঞ্চলটোত সেনা আৰক্ষী মোতায়েন ৷ প্ৰায় ২৫ জাইতকৈ অধিক শূন্যলৈ গুলিচালনা কৰি পলায়ন কৰে দলটোৱে ৷

Related Articles

Leave a Reply

Close