অসমগুৱাহাটীবিনোদন

আহাৰ! এক ব্যক্তিক্ৰমী নাট 

এণ্টাৰটেইনমেণ্ট ডেস্ক,প্ৰথম খবৰ:পদ্মশ্ৰী অৰুণ শৰ্মাৰ বিখ্যাত নাটক ‘আহাৰ’ মঞ্চস্থ কৰা হ’ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হ’ব এই নাটকখন।

কপিল বৰা এণ্ড কোম্পানীৰ উদ্যোগত,অবিনাশ শৰ্মাৰ পৰিচালনাত মঞ্চস্থ হ’বলগীয়া নাটখনত অভিনয় কৰিব জনপ্ৰিয় অভিনেতা কপিল বৰা,জেৰিফা ৱাহিদকে ধৰি বহুকেইজন অভিনেতা-অভিনেত্ৰীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close