বিনোদনশীৰ্ষৰাষ্ট্ৰীয়

ঋষি কাপুৰৰ দিনত কিয় নাহিল প্ৰিয়া প্ৰকাশ ভেৰিয়াৰ!

নিউজ ডেস্ক,প্ৰথম খবৰঃ শেহতীয়াকৈ ঋষি কাপুৰেও প্ৰিয়া প্ৰকাশ ৱাৰিয়াৰ সুন্দৰতাক লৈ প্ৰশংসা কৰে দেখা গৈছে। প্ৰিয়াৰ কিছুদিনৰ পূৰ্বে এটা সুন্দৰ ভিডিঅ’ৰ জৰিয়তে ছোচিয়েল মেডিয়াত খলকনি তোলাৰ পিছতে বৰ্তমান এক চৰ্চাৰ বিষয় হৈ পৰিছে মালয়ালম ছবিৰ অভিনেত্ৰী প্ৰিয়া প্ৰকাশ ভেৰিয়াৰ। এনে সময়তে ঋষি কাপুৰে টুইটাৰ যোগে প্ৰিয়া প্ৰকাশৰ প্ৰশংসা কৰা পৰিলক্ষিত হৈছে। ঋষি কাপুৰে টুইট কৰে যে মোৰ অনুভৱ হয় প্ৰিয়া প্ৰকাশে ভবিষ্যতে এক ডাঙৰ ফ্লেটফ্ৰম পাব। প্ৰিয়া ভেৰিয়াৰৰ সুন্দৰ প্ৰকাশ ভংগী আৰু অতি মৰমলগা। আৰু লগতে তেওঁৰ দিনত কিয় প্ৰিয়া নাহিল বুলিও ধেমালী কৰা দেখা গ’ল অভিনেতাজনক।

Related Articles

Leave a Reply

Close