অসমগুৱাহাটী

কামৰূপ জিলাত প্ৰধান মন্ত্ৰীৰ মন কি বাতত ব্যপক সহাৰি

প্ৰথম খবৰ,কামৰূপ: আজি কামৰূপ জিলাৰ বিভিন্ন বিদ্যালয়ত প্ৰধান মন্ত্ৰীৰ মন কি বাত অনুষ্ঠানৰ বিশেষ সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী অভিভাৱকৰ লগতে ৰাজনৈতিক নেতা সকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। ডাঙৰ প্ৰজেক্টৰৰ সহায়ত সম্প্ৰচাৰ কৰাত দৰ্শক সকল উৎফুল্লিত হৈ পৰে। ৰঙিয়াৰ সিদ্ধিনাথ বিদ্যামন্দিৰত মংগলদৈ সমষ্টিৰ সাংসদ ৰমেন ডেকা আৰু ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা উপস্থিত থাকে।

Related Articles

Leave a Reply

Close