শেহতীয়া
Home / শীৰ্ষ / খাপ পঞ্চায়তকলৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি

খাপ পঞ্চায়তকলৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি

নিউজ ডেস্ক, প্ৰথম খবৰ: খাপ পঞ্চায়তক লৈ উচ্চতম ন্যায়ালয়ে কঠোৰ স্থিতি আৰোপ কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই স্পষ্ট মত পোষণ কৰি কয় যে- যদি কোনো দুজন ব্যক্তিয়ে নিজ ইচ্ছা অনুসৰি বিবাহ পাশত আৱদ্ধ হয় তেতিয়া তাত কোনো তৃতীয় জন ব্যক্তিয়ে বাধা প্ৰদান কৰিব বা মাজত সুমুৱাব নোৱাৰিব। লাগিলে তেওঁলোক পৰিয়ালৰ লোক,সমাজ হওঁক বা আন কোনোৱা নহওঁক কিয়। খাপ সম্পৰ্কত পৰৱৰ্তী শুনানী অহা ১৬ ফেব্ৰুৱাৰীত প্ৰদান কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

*