অসম

গাঁও সভা আধাতে স্থগিত কৰাক লৈ লংকাৰ বামুন গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি

লংকাৰপৰা হিৰোৎপল শইকীয়া,প্ৰথম খবৰ: লংকাৰ বামুনগাঁও পঞ্চায়তত আজি দুপৰীয়া এক উত্তপ্ত পৰিস্থিতিৰ হয়৷ উদালী উন্নয়ন খণ্ডৰ অধীনৰ বামুনগাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগৰ সন্দৰ্ভত অনুষ্ঠিত হৈছিল এক গাঁও সভা৷ একাংশ ব্যক্তিৰ প্ৰৰোচনাত

গাঁও সভা আধাতে সামৰাক লৈ এই উত্তেজনা৷ সভাত উপস্থিত থকা একাংশ লোকে ঘেৰাও কৰিলে উদালী উন্নয়নখণ্ড৷ পুনৰ গাঁও সভা অনুষ্ঠিত কৰাৰ দাবীত বহু সময় ধৰি ঘেৰাও কৰি ৰাখিলে উদালী উন্নয়ন খণ্ডৰ কাৰ্যালয়টি৷

Related Articles

Leave a Reply

Close